অপৰাজিতা
"মাতৃভাষা মানুহৰ প্ৰথম পৰিচয়|"
Monday, March 10, 2025
'চখ' ==চখ সকলোৰে থাকে।নিজৰ চখ পুৰণ কৰাতো কাৰোবাৰ নিচা ।কাৰোবাৰ পেচা।প্ৰতিজনী ছোৱালীৰ বিয়াৰ পিছত নিজৰ চখবোৰৰ আচুতীয়াকৈ থওঁতে থওঁতে এটা সময়ত চখবোৰ এলাগী হৈ পৰে।🤔(আজৰি অকণ পাই কিবা এটা লিখিলোঁ।)
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment