#সাধুকথা=১___:নীৰদ;"এই ফাগুনৰ আবতৰীয়া বৰষুণজাক মোৰ ভাল লাগে…চোৱা কেনেদৰে ধূলিবোৰ বিলীন হৈ পৰিছে বৰষুণজাকৰ বুকুত আৰু এইয়া চোৱা ৰাঙল শিমলুৰ বতাহে সৰোৱা পাহি":বৰ্ষা!!কি মাতলামী তোমাৰ?তুমিটো সৰু ছোৱালী নহয়! যোৱা গাড়ীত বহা গৈ।বৰষুণত তিতি গাড়ীৰৰ ভিতৰত বহিলে মোৰ গাড়ীখন নষ্ট হ'ব।
No comments:
Post a Comment