অপৰাজিতা
"মাতৃভাষা মানুহৰ প্ৰথম পৰিচয়|"
Tuesday, March 11, 2025
#আউল=উন্মনা ফাগুনৰ বতাহজাক উন্মাদ হয় শুকান ধূলি আৰু হালধীয়া সৰাপাত সাৱটি।আকাশত জুই লগাই পলাশ মদাৰ এলাগী।তাই ভুল হ'ল ফাগুনক জীৱনলৈ আদৰোঁতে। আৱেগক জগোৱা ফাগুন যে বদনামী প্ৰতি ক্ষণতে।😢🤔
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment