Thursday, August 2, 2018

শাওনৰ মালিতা

শাওঁনৰ মালিতা
         শাওনৰ পথাৰত সেউজীয়াৰ ভৰপক
হবলৈ পাওঁতে দেখুন
ডাৱৰবোৰে চিঞৰি চিঞৰি কান্দিলে|
ডাৱৰ চকুপানীয়ে ক্ৰমাত.                          সেউজী শাওনক শুকুলা কৰি তোলিলে
নদী খনে অভিমানী হৈ ওফন্দ পাতিলে
দুকুল টোকা দুপাৰে ক'তজন কৃষকৰ
বুকুৰ সপোন ভাঙিলে
ক'ততা শিশুৰ বুভুক্ষাৰ কান্দোনে
শাওনৰ শুকুলাত
ছটফটাই উঠিলে. 

No comments:

Post a Comment